Tridha choudhury biography of martin
Tridha Choudhury is a very well-known Indian actress.
Her transition from being a microbiologist to an actress seems like a significant leap, but for Tridha Choudhury, it was a journey marked by destiny and....
ত্ৰিধা চৌধুৰী
| ত্ৰিধা চৌধুৰী | |
|---|---|
| জন্ম | ২২ নৱেম্বৰ, ১৯৯৩ (৩১ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত[1] |
| শিক্ষানুষ্ঠান | এম.পি.
বিৰলা ফাউণ্ডেচন উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্কটিছ চাৰ্চ কলেজ, কলকাতা |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
| জনা যায় | দেহলীজ |
ত্ৰিধা চৌধুৰী (ইংৰাজী: Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে।[2] তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।[3] তেওঁৰ অভিনীত প্ৰথমখন চলচ্চিত্ৰ আছিল ২০১৩ চনত সৃজিত মুখোপাধ্যায়ৰ পৰিচালনাত নিৰ্মিত ছবি, মিছৰ ৰহস্য। ২০১৬ চনৰ ১৪ মাৰ্চত, ষ্টাৰপ্লাছ চেনেলত প্ৰিমিয়াৰ হোৱা ধাৰাবাহিক, দেহলীজত অভিনয়েৰে তেওঁ টেলিভিছনতো অভিষেক ঘটায়।[4]
তেওঁ ২০২০ চনত, এমাজন প্ৰাইম ভিডিঅ’ৰ ৱেব ধাৰাবাহিক, বেণ্ডিছ বেণ্ডিটছ আৰু এমএক্স প্লেয়াৰৰ মৌলিক ৱেব ধাৰাবাহিক, আশ্ৰমত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পশ্চিমবংগৰ কলকাতা চ